Similar Posts
মা তুমি অনন্যা
মা তুমি অনন্যা ্ৰতি খোজ প্ৰতি সময়ৰতুমিয়েটো মোৰ জীৱনৰ প্ৰেৰণামোৰ সুখ-দুখৰ সংগীমোৰ জীৱনৰ লগৰী।ৰাতিপুৱাৰ পৰা ৰাতিলৈকেতেজক পানী কৰি তুমিকষ্ট কৰা ,নালাগেনেতোমাৰ সঁচাকৈ ভাগৰ?তোমাৰ কষ্ট দেখি মোৰচোন লাগে বৰ ভাগৰ!সময় অনুপাতে তুমিঅভিমানী হোৱাঅভিমানত তুমি মোকনামাতিবি যা বুলি কোৱা,আৰু মই তোমাকমাতি মাতি ভাগৰি যাওঁতথাপি তুমি মোক মাত নিদিয়া,অভিমান কৰিলেহে মাত দিয়া।মা তুমি অনন্যাযাক কোনো টকাৰেকোনো অলংকাৰৰেতুলনা কৰিব…
- Bodo | Essay | Information | Uncategorized
बर’ रेबग्रा जथुम
by आनन्द राम औवार बपरेटार’ड26/07/2023 इं बर’ रेबग्रा जथुम ** बर’ थुनलाइ आफाद आरो बर’ रेबग्रा जथुमा अराय समनि थाखाय बिबाबिनि नआव हाबलायि थैब्लाबो गोथै बोगारलायि जुदा जालायनानै थाबाय थासिगोन नामा? थांनाय 2022 मायथाइयाव NBT, New नि गेजेरजों बर’ रेबग्रा जथुमा सुजुनाय गां27 बिजाबनि रोजा रोजा बिजाब असम सोरखार, बिटिआर सोरखारा फरायसालिफोराव बेसेन नाङा जासे…
- Bodo | Essay | Uncategorized
Importance of literature for a community/society its development and identity) बर’ समाजाव थुनलाइनन गोनाांनथ/समाजाव बेनन जौगानाय आरो नसनायनथ
Importance of literature for a community/society its development and identity) बर’ समाजाव थुनलाइनन गोनाांनथ/समाजाव बेनन जौगानाय आरो नसनायनथ थुनलाया मा? माखौ थुनलाइ बुुंनाय जायो बेनन निनखौ हाुं खुनसेयैनो होनाुंगौवा गोब्राब। सावगारिखौ माननसया मानो नायो? नायनानै नबयो मा मोनो? नबयो मोजाुं मोनो,दुखु गोनाुं सावगारिखौ नुयोब्ला नबनन गोसोयाव दुखु िैनोबो हागौ। थुनलायाबो सावगारिबानदनो माननसनन गोसोखौ थानजम खालामो…
CDPO SYLLABUSES, APSC literarylibrary.com
CDPO SYLLABUSES, APSC literarylibrary.com 2023 December literarylibrary.com SYLLABUSES OF APSC, CDPO / CDPO SYLLABUSES ,APSC TYPES OF EXAMINATION SUBJECT MARKS DURATION Conventional Essay Types English ( Essay & Precies writing etc. ) 100 3 HOURS OMR ( Multiple Choices Objective Types ) GS …
নীৰৱতা
নীৰৱতা সময়ৰ বোকোচাত উঠিনীৰৱতাক বুকুত সাৱটিৰৈ আছো মইতোমাৰ বাবে তুমি মোক নুসুধিবানীৰৱতাক মই কিয় ভাল পাওঁআৰু নুসুধিবানীৰৱতাৰ সতে কিয়সহবাস কৰো নীৰৱতাৰ সতে থাকো বাবেমই তোমাৰ কথা ভাবিব পাৰোউৰি ফুৰিব পাৰো তোমাৰ সতেসপোনত ! নীৰৱতা মোৰ প্ৰেমিকসেয়ে ফৰিং ফুটা জোনাক নিশাদেখো মই তোমাৰ চবিজোনাকত! বাৰিষাৰ ৰিম্-জিম্ বৰষুণতনাঙলৰ সিৰলুৰ কেচা মাটিৰ গন্ধতবিচাৰি পাওঁ তোমাৰ মৰম শৰতত সৰা…
জ্ঞানৰ মন্দিৰ “বড়োলেণ্ড বিশ্ববিদ্যালয়”
জ্ঞানৰ মন্দিৰ “বড়োলেণ্ড বিশ্ববিদ্যালয়” জ্ঞানৰ মন্দিৰযাৰ নাম “বড়োলণ্ড”।।গুৰু শিষ্যৰ মনিকাঞ্চনতজ্ঞানৰ অমৃত বৰষে তোমাৰ চোতালত।।নাই কোনো উচ্চ নীচ, নাই কোনো ভেদা ভেদনাই কোনো জাতি-ধৰ্মনাই কোনো পৰিহাৰ।।আন্ধাৰ বিনাষ কৰিসমাজত বিলাই দিয়েজ্ঞানৰ পোহৰৰ শলিতা।।তোমাৰ বুকুত কিমানে যে গঢ়েপ্ৰতিদিনে জ্ঞানৰ উজ্জল তৰা।।তুমিটো জ্ঞানৰ মহামিলনৰ তীৰ্থস্থানজ্ঞানৰ এখনি পবিত্ৰ ধাম।।নামে যাৰ পৰিচয় “বড়োলেণ্ড” তোমাক কোটি কোটি প্ৰণাম।। দিপক কুমাৰ ফুয়েল ৰাজনীতি বিজ্ঞান…

