Similar Posts
শব্দবোৰ কেতিয়াবা বহুত কঠোৰ হৈ পৰে,
শব্দবোৰ কেতিয়াবা বহুত কঠোৰ হৈ পৰে, অনিশ্চাকৃত ভাৱে আঘাত কৰে…এই অনিশ্চাকৃত শব্দবোৰ মানি লোৱাটো সহজ জানো???সহজ নে নিৰ্ধাৰণ কৰা কোন আপোন ,কোন পৰ …অচিনাকিৰ পৰা চিনাকি লৈ ,চিনাকিৰ পৰা আপোনজন লৈ..হঠাৎ মাত্র , ” উম! চিনি পাও ” লৈ যাত্রা..সহজ জানো?সহজ নে একেৰাহে নৈৰ দৰে সময়ৰ সোঁতত বৈ থকা…!!পলকতে ভাঙি যোৱা সপোন বোৰৰ সৈতে নতুন…
জ্ঞানৰ মন্দিৰ “বড়োলেণ্ড বিশ্ববিদ্যালয়”
জ্ঞানৰ মন্দিৰ “বড়োলেণ্ড বিশ্ববিদ্যালয়” জ্ঞানৰ মন্দিৰযাৰ নাম “বড়োলণ্ড”।।গুৰু শিষ্যৰ মনিকাঞ্চনতজ্ঞানৰ অমৃত বৰষে তোমাৰ চোতালত।।নাই কোনো উচ্চ নীচ, নাই কোনো ভেদা ভেদনাই কোনো জাতি-ধৰ্মনাই কোনো পৰিহাৰ।।আন্ধাৰ বিনাষ কৰিসমাজত বিলাই দিয়েজ্ঞানৰ পোহৰৰ শলিতা।।তোমাৰ বুকুত কিমানে যে গঢ়েপ্ৰতিদিনে জ্ঞানৰ উজ্জল তৰা।।তুমিটো জ্ঞানৰ মহামিলনৰ তীৰ্থস্থানজ্ঞানৰ এখনি পবিত্ৰ ধাম।।নামে যাৰ পৰিচয় “বড়োলেণ্ড” তোমাক কোটি কোটি প্ৰণাম।। দিপক কুমাৰ ফুয়েল ৰাজনীতি বিজ্ঞান…
Linguistic and Diversity in a Nation is boon or Course( এটা জাতিি ভাতিক আৰু বৈতিত্ৰ্য আশীৈবাদ ৈা ককািব )
Linguistic and Diversity in a Nation is boon or Course ( এটা জাতিি ভাতিক আৰু বৈতিত্ৰ্য আশীৈবাদ ৈা ককািব ) আৰম্ভতি- সাধাৰণতে ভিন্ন িাভিক ল াকৰ সমভিতেই জাভে।জাভে গঠন প্ৰভিোে ভিভিন্ন িাভিক সম্প্ৰদােৰ বিভিত্ৰমে সমভিতে ভিতেি অভৰণা ল াগাে।অবিভগক ঐকয হ জাভেেোৰ মূ াধাৰ,অবনকৰ মাজে ঐকয িাৰেৰ বিভেিয।এতকখন লদেৰ এতক লিৌতগাভ ক পভৰতিেৰ মাজে, এতক…
মা তুমি অনন্যা
মা তুমি অনন্যা ্ৰতি খোজ প্ৰতি সময়ৰতুমিয়েটো মোৰ জীৱনৰ প্ৰেৰণামোৰ সুখ-দুখৰ সংগীমোৰ জীৱনৰ লগৰী।ৰাতিপুৱাৰ পৰা ৰাতিলৈকেতেজক পানী কৰি তুমিকষ্ট কৰা ,নালাগেনেতোমাৰ সঁচাকৈ ভাগৰ?তোমাৰ কষ্ট দেখি মোৰচোন লাগে বৰ ভাগৰ!সময় অনুপাতে তুমিঅভিমানী হোৱাঅভিমানত তুমি মোকনামাতিবি যা বুলি কোৱা,আৰু মই তোমাকমাতি মাতি ভাগৰি যাওঁতথাপি তুমি মোক মাত নিদিয়া,অভিমান কৰিলেহে মাত দিয়া।মা তুমি অনন্যাযাক কোনো টকাৰেকোনো অলংকাৰৰেতুলনা কৰিব…